--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকাৰ পূৰ্বে দলত্যাগ কৰিছে বহু নেতা-কৰ্মীয়ে৷ আজি ‘অসম জাতীয় পৰিষদ’ৰ পৰা দলত্যাগ কৰিয়েই ‘অজাপ বিজেপি দলৰ বি'টিম’- বুলি অভিহিত কৰে নেতা-কৰ্মীকেইগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ !

অজাপৰ সংবাদমেলত গুৱাহাটী মহানগৰ জিলা সমিতিৰ ৫ গৰাকীয়ে দলত্যাগ কৰে৷ উপ-সভাপতি কনক তালুকদাৰ, বিকাশ নাৰায়ণ শৰ্মা, যুটীয়া সম্পাদিকা সবিতা ডেকা মহন্ত, যুটীয়া সম্পাদক অনিল দাস, সাংগঠনিক সম্পাদক তৰুণ দত্তই দলত্যাগ কৰি দলটোৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷

আৰু পঢ়িব পাৰিব : দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ’ল তাৰক চৌধুৰী !

পশ্চিম গুৱাহাটীত ৰুনা লাইলাক প্ৰাৰ্থিত্ব প্ৰদানক লৈ বিৰোধিতা কৰি বিকাশ নাৰায়ণ শৰ্মাই কয়, ‘মোক প্ৰাৰ্থিত্ব নিদিলে, মই বিছাৰিছিলোঁ। পশ্চিম গুৱাহাটীৰ পৰা মোক নিদিয়া কথাটো জনাব লাগিছিল।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ