--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনিয়ে কেৱল হিন্দীয়েই নহয়, বাংলাও বুজি পায়। শেহতীয়াকৈ এটা ভিডিঅ’ত ধোণীয়ে কয়, “মই খৰগপুৰত কাম কৰাৰ সময়ত মই বাংলা ভাষাত কথা কৈছিলো। এতিয়া ক’লে অৱশ্যে ভুল হ’ব পাৰে৷ কিন্তু মই এতিয়াও বাংলা ভাষাটো বহুত ভালকৈ বুজি পাওঁ। কোনোবাই যদি মোৰ সন্মুখত বাংলা ভাষা কয়, মই বুজি পাম তেওঁলোকে কি ক’বলৈ চেষ্টা কৰিছে।’’

মাহীয়ে বাংলা বুজাৰ দক্ষতা ব্যৱহাৰ কৰি বাংলাদেশী ক্ৰিকেটাৰক বুৰ্বক বনাইছিল। তেওঁ কয়- ''আমি এবাৰ বাংলাদেশৰ বিৰুদ্ধে খেলি আছিলো। মই বেটিং কৰি থাকোঁতে তেওঁলোকৰ উইকেটকীপাৰ আৰু অধিনায়কে বংগৰ বলাৰসকলক নিৰ্দেশনা দি আছিল। তেওঁলোকে ভাবিছিল মই বাংলা নাজানো। কিন্তু তেওঁলোকে কি পৰিকল্পনা কৰিছে সেয়া মই বুজিব পাৰিলোঁ। মোৰ উপকাৰ হ’ল।”

খেলখনৰ শেষত অৱশ্যে ধোনীয়ে বাংলাদেশৰ ক্ৰিকেটাৰৰ আগত কৈছিল যে তেওঁ বাংলা ভাষা বুজি পায়। সেই কথা শুনি বাংলাদেশী ক্ৰিকেটাৰসকল আচৰিত হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement