--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভাৰত-শ্ৰীলংকাৰ মাজত বহু প্ৰত্যাশিত বিশ্বকাপৰ মেচ৷আজিৰ মেচখনত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ খেলখনৰ সময়ত মুম্বাইত শুভমন গীলে ৯২ ৰান সংগ্ৰহ কৰে।ৱানখেডে ষ্টেডিয়ামত হোৱা খেলখনত উপস্থিত আছিল শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰ৷আজিৰ মেচখনত শুভমন গীলে শতক অৰ্জন কৰাৰ ৮ ৰাণ বাকী পূৰ্বে ক্ৰিকেটাৰগৰাকী আউট হোৱাত সকলো স্তম্ভিত হৈ পৰে।

ইফালে শুভমন আউট হোৱাৰ পাছত ছাৰাৰ এই প্ৰতিক্ৰিয়া ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। শুভমন আউট হোৱাৰ পাছত ছাৰাৰ প্ৰতিক্ৰিয়া ধৰি ৰখা ক্লিপটো শ্বেয়াৰ কৰি এক্স ব্যৱহাৰকাৰীয়ে লিখিছে যে, “মই এই দুখ কেনেকৈ প্ৰকাশ কৰিব লাগে নাজানো কিন্তু একেই দুখ যেন ভগ্নী ছাৰাৰো অৱস্থা একেই।”এক্সত আন এজন ব্যৱহাৰকাৰীয়ে ছাৰাই শুভমনক ষ্টেণ্ডিং অভেচন দিয়াৰ ছবি এখন শ্বেয়াৰ কৰি লিখিছে-‘ছাৰা তেণ্ডুলকাৰৰ পৰা পোৱা প্ৰশংসা এশতকৈ কম নহয়। ৱেল ডান শুভমন গীল” 

উল্লেখ যে ২ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত ভাৰত বনাম শ্ৰীলংকাৰ বিশ্বকাপৰ খেলখনত অংশগ্ৰহণ কৰা কেইবাগৰাকীও চেলিব্ৰীটিৰ ভিতৰত ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাও আছিল।মেচখনৰ সময়ত শ্বাহিদ কাপুৰ, কুনাল খেম্মু আৰু আথিয়া শ্বেট্টীয়েও ভাৰতৰ হৈ মেচ উপভোগ কৰি থকাৰ দৃশ্য গ্ৰহণ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ