--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বাঁহী হওক বা বিদেশী বাঁহী - বাঁহ হৈছে বাঁহী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা মূল সামগ্ৰী। অৱশ্যে সংগীতজ্ঞসকলৰ দাবী অনুযায়ী ধাতুৰ বাঁহীও তৈয়াৰ কৰা হয়। কিন্তু হয়তো কাৰো ধাৰণা নাছিল যে গাজৰৰ পৰাও বাঁহী বনাব পাৰি।

এজন নেটিজেনে গাজৰৰ পৰা বাঁহী বনাই দিলে। তেওঁ এটা ভিডিঅ’ বনাইছে। সেই ভিডিঅ’টো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

ইথান টাইলাৰ স্মিথ নামৰ এজন নেটিজেনে ছ’চিয়েল মিডিয়াত গাজৰৰ পৰা বাঁহী তৈয়াৰ কৰিছিল। তেওঁ কেৱল বাঁহী বনোৱাই নহয়, বজাইও দেখুৱাইছিল। বাঁহেৰে নিৰ্মিত বাঁহীতকৈ ই কোনো কাৰণতে নীচ নহয়। গাজৰৰ বাঁহীৰ পৰা ঠিক প্ৰকৃত বাঁহীৰ দৰে এটা মিঠা সুৰ ওলাই আহে।

কেনেদৰে গাজৰ বাঁহীলৈ পৰিণত হ’ল ভিডিঅ’টোত দেখা গৈছে। প্ৰথমে গাজৰটো ধুই  ড্ৰিল মেচিনৰ সহায়ত গাজৰৰ ভিতৰৰ পৰা এক তৃতীয়াংশ খোলা আঁতৰাই পেলোৱা হ’ল। যাতে ফুটা নলীৰ দৰে দেখা যায়। বায়ু প্ৰবাহৰ বাবে বাঁহীৰ ফুটাবোৰৰ দৰেই কটাৰীৰ সহায়ত দুই এটা ফুটা কৰিলে। শেষত নিজে বজাই তেওঁ সৃষ্টি কৰা বাঁহীৰ শব্দ কেনেকুৱা হয় তাক দেখুৱালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক