--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰষুণৰ পানীয়েও আঁতৰাব পাৰে আপোনাৰ সমস্যা! আচৰিত যেন লাগিলেও বাস্তুশাস্ত্ৰত বৰষুণৰ পানীৰ বিষয়ে বহুতো কথা বৰ্ণনা কৰা আছে। বৰ্ধিত ঋণ আৰু বিত্তীয় সংকট বৰষুণৰ পানীয়ে দূৰ কৰে বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে। বাস্তুশাস্ত্ৰ অনুযায়ী বৰষুণৰ পানী ব্যৱহাৰ কৰি আমি কেনেদৰে সমস্যামুক্ত হ'ব পাৰো জানো আহক।

১)ব্যৱসায়ত লোকচান- বাস্তুৰ মতে যদি কোনো ব্যক্তি ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছে তেন্তে পিতলৰ পাত্ৰত বৰষুণৰ পানী সংগ্ৰহ কৰক। ইয়াৰ পিছত একাদশীৰ দিনা এই পানীৰে দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুক অভিষেক কৰিব লাগে। এনে কৰিলে ব্যৱসায়ত কোনো লোকচান নহয়।

২)ধাৰৰ পৰা মুক্তি- যদি কোনো ব্যক্তিৰ ধাৰৰ বোজা বৃদ্ধি হৈ গৈ আছে তেন্তে বৰষুণৰ পানী ইয়াৰ বাবে অতি অলৌকিক বুলি প্ৰমাণিত হ’ব পাৰে। বৰষুণৰ পানী সংগ্ৰহ কৰি হনুমানজীক আগবঢ়াব লাগে। ইয়াৰ লগতে গোটেই শাওণ মাহটোত হনুমান চালিছা ৫২ বাৰ পাঠ কৰিব লাগে। ঘৰৰ চুকে কোণত এই পানী ছটিয়াই দিলে উপকাৰী ফল পোৱা যায়।

৩)আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ- যদি কোনো ব্যক্তি আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছে তেন্তে মাটিৰ পাত্ৰত বৰষুণৰ পানী সংগ্ৰহ কৰি উত্তৰ দিশত ৰাখক। এনে কৰিলে আপুনি আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব।

৪)টকাৰ অভাৱ দূৰ-বাস্তুৰ মতে টকাৰ অভাৱ দূৰ কৰিবলৈ এটা বাটিত বৰষুণৰ পানী ভৰাব লাগে। ৰ’দ দিয়াৰ পাছত এই পানী ৰ’দত ৰাখিব লাগে। তাৰপাছত ইষ্টদেৱৰ নাম লৈ আমপাতৰে এই পানী ঘৰত ছটিয়াই দিব লাগে। এনে কৰিলে মা লক্ষ্মীৰ কৃপা লাভ কৰা যায়।

৫)বাল্টিত বৰষুণৰ পানী ভৰোৱা- বাস্তুৰ মতে এজন ব্যক্তিৰ ওপৰত বাঢ়ি অহা ধাৰৰ পৰা পৰিত্ৰাণ পাবলৈ বাল্টিত বৰষুণৰ পানী ভৰাই দিব লাগে। ইয়াৰ পিছত এই পানীত গাখীৰ ঢালি ভগৱানক স্মৰণ কৰি এই পানীৰে গা ধুলে শুভ ফল লাভ কৰা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ