--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মঞ্চত থকা বেনাৰতো নাম নিদিলে বিধায়ক ভৱেশ কলিতাৰ। মঞ্চত উপস্থিত হৈ দুখ মনে বহি থাকিল বিধায়ক ভৱেশ কলিতা।

ডিজিটেল ডেস্কঃ ক্ৰমাৎ গুৰুত্বহীন হৈছে নেকি বিধায়ক ভৱেশ কলিতা? ৰাজনৈতিক প্ৰেক্ষাপটত শেহতীয়াকৈ এই প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ বিজেপি প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী, তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ ৰাজনৈতিক প্ৰেক্ষাপটতত লাগিছে আউল। সেই ছবি ফুটি উঠিছে এক উদ্বোধনী অনুষ্ঠানত।


দুদিন আগত গোৰেশ্বৰ মণ্ডল বিজেপি কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২০২২ ৰ ১৭ আগষ্টত আধাৰশিলা স্থাপন কৰিছিল বিধায়ক ভৱেশ কলিতাই , কিন্তু উদ্বোধনী অনুষ্ঠানত নাম নিদিলে বিধায়ক ভৱেশ কলিতাৰ।


মঞ্চত থকা বেনাৰতো নাম নিদিলে বিধায়ক ভৱেশ কলিতাৰ। মঞ্চত উপস্থিত হৈ দুখ মনে বহি থাকিল বিধায়ক ভৱেশ কলিতা।


সাংবাদিকে কৰা প্ৰশ্নত ভৱেশ কলিতাই কয় যে ''মোৰ সমষ্টি এতিয়া ৰঙিয়া, গোৰেশ্বৰ সমষ্টিৰ সংগঠনৰ কাম কাজ মই নাচাও, উন্নয়নৰ কামখিনিহে মই চাম। অনুষ্ঠানত মোৰ নাম নিদিলেও আক্ষেপ নাই কিয়নো মোক গোটেই ভাৰতৰ মানুহে চিনি পায়! মই এতিয়া সভাপতি নহয়,মোক আপোনালোকে উল্টা পুল্টা প্ৰশ্ন নকৰিব।''


এনেকৈ কৈয়েই সন্তুষ্টি লভিলে নেকি ক্ৰমাৎ এলাগী হোৱা বিধায়ক ভৱেশ কলিতাই? সেয়াই এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি