--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু হৈছে অগপ-বিজেপি-ইউপিপিএল। বুধবাৰে নিশা দিল্লীত জে পি নড্ডাৰ বাসগৃহত এই সন্দৰ্ভত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক৷

আৰু পঢ়িব পাৰিব :১লাখ টকা লুট কৰি গ্ৰেপ্তাৰ হ’ল ভুৱা আৰক্ষী বিষয়া

নিশাৰ বৈঠকৰ পাছত কোনোধৰণৰ ঘোষণা নকৰিলে দলটোৱে৷ আনহাতে সাংসদ দিলীপ শইকীয়াৰ বাসগৃহতো কেইবা ঘণ্টাজুৰি চলে বৈঠক৷ বৈঠকত সমাধান নোলোৱাত অসম ভৱনতো ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷

আৰু পঢ়িব পাৰিব :‌৫ লাখ চৰকাৰী চাকৰিৰ গেৰেণ্টীৰে কংগ্ৰেছৰ সংবাদমেল

বৈঠকত বঢ়মপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ো উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, অগপ-বিজেপিৰ আসন বুজাবুজিক লৈ এতিয়াও উৎকণ্ঠা অব্যাহত আছে৷ আজি অগপ নেতৃত্বৰ সৈতে বিজপিৰ পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ