--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: লুধিয়ানা জিলাৰ ৰায়পুৰৰ ১০০০ একৰ মাটিত নিৰ্মাণ কৰা ‘গৌতম আদানি গ্ৰুপ’ৰ ইনলেণ্ড কনটেণ্ট ডিপো অৰ্থাৎ গুডামটো আজি বন্ধ কৰি দিয়া হয়৷ এই গুডামটো হাৰিয়ানাৰ কৃষকৰ ফচল সংগ্ৰহ কৰি জমা কৰিবৰ বাবে ২০২০ চনত সংসদত কৃষি আইন অনুমোদন হোৱাৰ আগতেই নিৰ্মাণ কৰিছিল৷

উল্লেখ্য যে, ২০১৯ চনত লুধিয়ানাৰ কৃষকৰ পৰা বৃহৎ কৃষি ভূমি ক্ৰয় কৰি ‘আদানি গ্ৰুপ’-এ দেশৰ সৰ্ববৃহৎ গুডামটো নিৰ্মাণ কৰিছিল আৰু ২০২০ চনৰ মাৰ্চ মাহত ৪০০ কৰ্মচাৰীক নিযুক্তি দিছিল৷ কিন্তু বিগত ১৫ জানুৱাৰী পৰা উত্তৰ ভাৰতৰ কৃষকে এই গুডাম বন্ধ কৰিবৰ বাবে দাবী কৰি গুডামটোৰ সন্মুখত প্ৰতিবাদ আৰম্ভ কৰে৷ এই প্ৰতিবাদৰ সন্দৰ্ভত সহায় বিচাৰি ২০২১ৰ মাৰ্চ মাহত আদানি গ্ৰুপ আদালতৰ দ্বাৰস্থ হয়৷

আদালতে গুডামটো খোলাৰ ব্যৱস্থা কৰিবৰ বাবে এপ্ৰিল মাহত হাৰিয়ানা চৰকাৰক নিৰ্দেশ দিয়ে৷ কিন্তু আদালতৰ এই নিৰ্দেশ পোৱাৰ তিনি মাহলৈকে হাৰিয়ানা চৰকাৰে প্ৰতিবাদী কৃষকৰ কাষ চাপিবলৈ সাহস নকৰাত ‘আদানি গ্ৰুপ’-এ আজিৰেপৰা গুডামটো বন্ধ ঘোষণা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ