--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰবটৰ বিৰুদ্ধে মহিলাক ‘হাৰাশাস্তি’ৰ অভিযোগ! ছৌদি আৰৱৰ প্ৰথমটো পুৰুষ ৰবট মহম্মদে এখন অনুষ্ঠানৰ সময়ত এগৰাকী মহিলা সাংবাদিকৰ সৈতে ‘অনুচিত আচৰণ’ কৰাৰ অভিযোগ। সেই ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। অৱশ্যে প্ৰাগ নিউজে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই।

ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মহিলা সাংবাদিকে মহম্মদৰ সন্মুখত থিয় হৈ এটা অনুষ্ঠানত ভাষণ দি আছিল। তাৰ পিছতে ৰবটৰ হাতখনে সাংবাদিকজনৰ নিতম্ব স্পৰ্শ কৰা দেখা গ’ল। তেওঁ আচৰিত হ’ল।

৪ মাৰ্চত ৰিয়াদৰ এক অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্ৰকাশ পাইছিল মহম্মদৰ। তাতেই তেওঁ কাণ্ড সংঘটিত কৰিছিল। এই ভিডিঅ’টো ছচিয়েল মিডিয়াত আঠ লাখৰো অধিক লোকে চালে। বহু ব্যৱহাৰকাৰীয়ে এই ৰবটটোৰ বিৰুদ্ধে মহিলা সাংবাদিকক ‘হাৰাশাস্তি’ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক