--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে অনুসূচী অনুসৰি নেপালত উপস্থিত হৈছিল। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদী লুম্বিনীত উপস্থিত হয়।  প্ৰধানমন্ত্ৰী নেপালত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই আদৰণি জনায়, তাৰ পাছতে দুয়ো লুম্বিনীৰ মায়া দেৱী মন্দিৰলৈ যায়।

এই লুম্বিনীতে গৌতম বুদ্ধৰ জন্ম হৈছিল। ইফালে, আজি বুদ্ধ পূৰ্ণিমা। এই উপলক্ষে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত বিভিন্ন অনুষ্ঠান উদযাপন কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এনে এটা দিনত নিজে বুদ্ধৰ জন্মস্থানত উপস্থিত থাকি পৰম সৌভাগ্য লাভ কৰে। তেওঁৰ ভ্ৰমণৰ সকলো কথাৰ বিষয়ে টুইটাৰত ৰাজহুৱা কৰিছিল।

নেপালত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এক টুইটো কৰে। টুইটযোগে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লিখিছে, "পবিত্ৰ মায়া দেৱী মন্দিৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ নেপাল ভ্ৰমণ আৰম্ভ হৈছিল। "

ইয়াৰ পূৰ্বে আন এটা টুইটত মোদীয়ে লিখিছিল, "মই নেপালত আহি উপস্থিত হৈছো। বুদ্ধ পূৰ্ণিমাৰ  উপলক্ষে নেপালৰ লোকসকলৰ মাজত উপস্থিত হৈ মই অত্যন্ত সুখী। লুম্বিনীত বহুতো কাৰ্যসূচী আছে। মই সঁচাকৈয়ে তেওঁলোকক লৈ উৎসাহিত।

২০১৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ নেপাললৈ এইটো পঞ্চম ভ্ৰমণ। সূত্ৰ অনুসৰি, মায়াদেৱীৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ উপৰিও মোদীৰ কেইবাটাও কাৰ্যসূচী আছে। তেওঁ লুম্বিনীৰ ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও, বুদ্ধ পূৰ্ণিমা উপলক্ষে নেপাল চৰকাৰে এক অনুষ্ঠানৰ আয়োজন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তাতো উপস্থিত থাকিব।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ