--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংকীৰ্ণ পথত বাহনখন পৰি থকাৰ বাবে প্ৰতিদিনে দীঘলীয়া যান-জঁটৰ সৃষ্টি হৈছে, বিশেষকৈ পুৱা আৰু সন্ধিয়া সময়ত পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ লয়।

ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ হাৰাং নৈৰ ওপৰত অৱস্থিত হাৰাং দলং ভাঙি যোৱাৰ প্ৰায় এবছৰ পাছতো দুৰ্ঘটনাগ্ৰস্ত এখন বাহন এতিয়াও আঁতৰোৱা হোৱা নাই। 


ইয়াৰ ফলত শিলচৰ-কালাইন পথৰ ভাঙাৰপাৰ অঞ্চলত তীব্ৰ অসুবিধাৰ সৃষ্টি হৈছে। 


সংকীৰ্ণ পথত বাহনখন পৰি থকাৰ বাবে প্ৰতিদিনে দীঘলীয়া যান-জঁটৰ সৃষ্টি হৈছে, বিশেষকৈ পুৱা আৰু সন্ধিয়া সময়ত পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ লয়। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, প্ৰশাসনৰ অৱহেলাৰ বাবেই এই সমস্যা দীৰ্ঘদিন ধৰি অটুট আছে। 


বৰষুণৰ সময়ত আৰু নিশা দুৰ্ঘটনাৰ সম্ভাৱনা অধিক বৃদ্ধি পায় বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখন শীঘ্ৰে আঁতৰোৱাৰ দাবীত অঞ্চলবাসীয়ে দাবী তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ