--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমীয়া চলচ্চিত্ৰ জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । ‘ভাইমন দা’ কেৱল এটা নামেই নহয়, অসমীয়া চলচ্চিত্ৰ জগতৰ এক সত্তা । 

অসমীয়া চলচ্চিত্ৰ জগতখনত খোজ পেলোৱা ভাইমন দায়ে পৰৱৰ্তী সময়ত পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়কে ধৰি সৰ্বমুঠ ১৪ খন চিনেমা নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে ।

জিল ক্রিয়েচনছৰ বেনাৰত আৰু শশাংক সমীৰৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন। ছবিখনত প্রায় ৩৬০ জনতকৈ অধিক শিল্পীয়ে অভিনয় কৰিছে। ১২০টাতকৈ অধিক স্থানত শ্বুটিং কৰা হৈছে ছবিখনৰ দৃশ্যাংশ। মঙলবাৰে গুৱাহাটীস্থিত সূর্য ক্লাবত বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকা, ৰাজেশ ভূঞা, অনুপম শৰ্মা, গৰিমা শইকীয়া গাৰ্গ আৰু ছবিখনৰ কলা-কুশলীৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰি মুক্তিৰ তাৰিখ ঘোষণা কৰা হয়। 

২০২৫ চনৰ ২৩ মে' তাৰিখে ছবিখন ৰাজ্যৰ প্ৰতিটো চিত্ৰগৃহৰ লগতে বাংগালুৰু, দিল্লী, মুম্বাইৰ লগতে কেইবাখনো ৰাজ্যত মুক্তি দিয়া হ'ব। I

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ