--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আয়ুৰ্বেদিক বনৌষধিৰ জৰিয়তে বহুধৰণৰ শাৰীৰিক সমস্যা দূৰ কৰিব পাৰি, সেয়ে আজি আমি এনে এবিধ বনৌষধিৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিম যি আপোনাৰ আশে-পাশে অতি সহজে উপলব্ধ, ই কেৱল এক নহয় অনেক ৰোগ নিৰাময়ৰ বাবে লাভদায়ক। 

চিৰতা তিনিৰ পৰা চাৰি ফুট ওখ জোপোহা জাতীয় উদ্ভিদ। চিৰতাৰ সোৱাদ তিতা। চিৰতাৰ পাত আৰু ঠাৰি কেঁচা বা শুকান অৱস্থাত মেলেৰিয়া আৰু অন্যান্য জ্বৰত ব্যৱহাৰ কৰি সুফল পাব পাৰি। চিৰতাৰ ঠাৰিবোৰ শুকুৱাই থৈ দিব লাগে। শুকুৱা ঠাৰিবোৰ ভালকৈ ধুই বিশুদ্ধ পানীত তিয়াই থৈ পুৱা শুই উঠি সেই পানী খাব লাগে। চিৰতাত বহুতো ঔষধি গুণ আছে , জানো আহক-


১) চিৰতা খালে ছালৰ ৰোগ ভাল হয় আৰু কৃমি নোহোৱা হয়।

২) চিৰতা খালে যকৃত শক্তিশালী হয়।

৩) চিৰতাই তেজ শোধন কৰে।

৪) বহুমূত্ৰ ৰোগীৰ কাৰণে চিৰতা মহৌষধ।

৫) বেচু আৰু হাঁপানি ৰোগত চিৰতা উপকাৰী।

৬) চিৰতা খালে হজম শক্তি বাঢ়ে আৰু চিৰতাই আমাৰ ভোক বঢ়ায়।

৭) চিৰতা মৌৰ লগত মিহলাই খালে পানীলগা , ইনফ্লুৱেঞ্জা ভাল হয়।

৮) গৰম পানীৰ লগত চিৰতা খালে বমি বন্ধ হয়।

৯) চিৰতাৰ পানীৰে পুৰণি ঘা ধুলে সহজে শুকায়।

১০) চিৰতা মেলেৰিয়া জ্বৰৰ পতিষেধক হিচাপে কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ