--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’না পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যসমূহত কৰ'নাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে তেওঁ৷ ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ দেশত হ'ব ‘টিকা উত্সৱ’৷

আৰু পঢ়িব পাৰিব : বাকসাত নৃশংস হত্যাকাণ্ডঃ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

ক্ষুদ্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ ইপিনে কৰ'না আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ব্যক্তিক চিনাক্তকৰণত গুৰুত্ব প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে মোদীয়ে৷ ৭২ ঘণ্টাত চিনাক্ত কৰিব লাগিব সংস্পৰ্শলৈ অহা ৩০জনক৷ ৪৫ বছৰৰ উৰ্ধ্বৰ সকলোকে দিব লাগিব ভেকচিন৷

আৰু পঢ়িব পাৰিব : ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি নন্দিতা কোঁৱৰক !

নৈশ সান্ধ্য আইনক ‘কৰ’না কাৰ্ফিউ’ নামাকৰণৰ প্ৰস্তাৱ মোদীৰ৷ TEST, TRACK, TREAT পদ্ধতিৰে কৰ’না নিয়ন্ত্ৰণৰ পোষকতা কৰিবলৈ আহ্বান জনায় তেওঁ৷ অধিক ক’ভিড পৰীক্ষা কৰিবলৈ ৰাজ্যসমূহলৈ আহ্বান জনায় তেওঁ৷ সমগ্ৰ দেশত লকডাউনৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে তেওঁ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ