--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নতুন দিল্লীৰ এইমছ হাস্পতালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ভিড প্ৰতিষেধক কোভাক্সিনৰ দ্বিতীয়টো ড'জ গ্ৰহণ কৰিলে৷ ৩৭ দিন পূৰ্বে মোদীয়ে লৈছিল প্ৰতিষেধকৰ প্ৰথমটো ড'জ৷

আৰু পঢ়িব পাৰিব : মই মোৰ দেউতাক বহুত ভাল পাওঁ!প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক

তেওঁ ভাৰত বায়'টেক এণ্ড ইণ্ডিয়ান মেডিকেল ৰিছাৰ্চৰ দ্বাৰা নিৰ্মিত কোভাক্সিন প্ৰতিষেধক গ্ৰহণ কৰে৷ দ্বিতীয়পালি গ্ৰহণৰ ফটো টুইটযোগে প্ৰকাশ কৰি তেওঁ লিখিছে, ‘ভাইৰাছক পৰাজিত কৰাৰ বাবে ভেকচিনেচন হৈছে আমাৰ হাতত থকা কমসংখ্যক উপায়ৰ ভিতৰত এটা। প্ৰতিষেধকৰ আঁওতাত পৰা সকলোৱে এই প্ৰতিষেধক গ্ৰহণ কৰক।’

আৰু পঢ়িব পাৰিব : ব্যক্তিগত বাহনত অকলে থাকিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক!

বৰ্তমানলৈকে ভাৰতত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা হৈছেগৈ ৯,০১,৯৮,৬৭৩জন৷ দেশত পুনৰ ভয়াৱহ ৰূপ লোৱা কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীসকলৰে প্ৰধানমন্ত্ৰীয়ে ৬.৩০ বজাৰ পৰা ভাৰ্চুৱেলী বৈঠকত মিলিত হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ