--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: দেশত কৰ'নাৰ নতুন ষ্ট্ৰেইনৰ ঘটনা নিৰন্তৰ বাঢ়ি আছে। দেশত নতুন কৰ'না ষ্ট্ৰেইনৰ ঘটনা ৭১টালৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশত এতিয়ালৈকে কৰ'নাৰ নতুন ষ্ট্ৰেইনৰ মুঠ ৭১টা ঘটনা পোৱা গৈছে৷

আৰু পঢ়িব পাৰিব : কৰ’নাৰ ভয়াৱহতাৰ মাজতে কেইবাখনো ৰাজ্যত ‘বাৰ্ড ফ্লু’ৰ আতংক

এতিয়ালৈকে চেন্নাইত ক'ৰ'নাৰ নতুন ষ্ট্ৰেইনৰ তিনিটা নতুন ঘটনা দেখা গৈছে। ব্ৰিটেইনত পোৱা কৰ'না ভাইৰাছৰ ২০টা ঘটনা মঙলবাৰে দেশত পোৱা গৈছিল। এই সকলোবোৰ নতুনকৈ সংক্ৰমিত হোৱা ষ্ট্ৰেইন বুলি পুনেৰ নেচনেল ইনষ্টিটিউট অব্ ভাইৰ'লজীলৈ প্ৰেৰণ কৰা নমুনা পৰীক্ষাত ধৰা পৰিছে।

আৰু পঢ়িব পাৰিব : উত্তৰ প্ৰদেশত আন এক জঘন্য ঘটনা, বলি ৫০ বছৰীয়া মহিলা

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইনত সংক্ৰমিত হোৱাসকলক তেওঁলোকৰ ৰাজ্যত নিলগীয়াকৈ ৰখা হৈছে। তেওঁলোকৰ সৈতে ভ্ৰমণ কৰা লোক, পৰিয়ালৰ সদস্য আৰু যোগাযোগত থকা আন লোকসকলক চিনাক্ত কৰাৰ বাবেও এক বিশাল অভিযান আৰম্ভ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ