--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আনহাতে, দিল্লীত নতুনকৈ কঠোৰ ক’ভিড বিধি জাৰি কৰা হৈছে৷ ৰেস্তোৰাঁ, হোটেল, বাৰত ৫০ শতাংশ লোকক অনুমতি প্ৰদান কৰাৰ উপৰি চিনেমা হলতো ৫০ শতাংশ দৰ্শকহে থাকিব পাৰিব৷ দিল্লীৰ মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰিব পাৰিব ৫০ শতাংশ যাত্ৰীয়েহে৷

আৰু পঢ়িব পাৰিব : নিৰ্মম : পত্নীক হত্যা কৰি পুতি থ’লে স্বামীয়ে

ইপিনে দিল্লীত সম্পূৰ্ণ লক্ডাউনৰ দিয়াৰ সম্ভাৱনা নাকচ কৰে কেজৰিৱালে৷ তেওঁ কয়, ‘সম্পূৰ্ণ লকডাউন সমস্যাৰ সমাধান নহয়৷ স্বাস্থ্যৰ আন্তঃগাঁথনি ভাঙি পৰিলেহে লকডাউন দিয়া হ'ব৷’ লগতে সকলো বয়সৰ লোকক ভেকচিন প্ৰদানৰ দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : গণহত্যা! কোচবিহাৰৰ হিংসাক লৈ মমতাৰ বিস্ফোৰক অভিযোগ

আনহাতে, দিল্লীত নতুনকৈ কঠোৰ ক’ভিড বিধি জাৰি কৰা হৈছে৷ ৰেস্তোৰাঁ, হোটেল, বাৰত ৫০ শতাংশ লোকক অনুমতি প্ৰদান কৰাৰ উপৰি চিনেমা হলতো ৫০ শতাংশ দৰ্শকহে থাকিব পাৰিব৷ দিল্লীৰ মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰিব পাৰিব ৫০ শতাংশ যাত্ৰীয়েহে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ