--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশত ভয়াৱহ ৰূপত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ শনিবাৰৰ দিনটোত আক্ৰান্ত হয় ১ লাখ ৪৬ হাজাৰ জন লোক৷ মৃত্যু ঘটিছে ৭ শতাধিক কৰ’না ৰোগীৰ৷ কৰ’নাই জটিল ৰূপ লৈছে মহাৰাষ্ট্রত৷ মহাৰাষ্ট্রত নিতৌ বাঢ়িছে হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত৷ ১৫ দিনৰ বাবে মহাৰাষ্ট্রত লকডাউন দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

আদালতৰ চৌহদৰ পৰা দেৱাল জঁপিয়াই অপৰাধীৰ পলায়ন

লকডাউন সন্দৰ্ভত আজি চৰকাৰে ল’ব সিদ্ধান্ত৷ ইপিনে দেশৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ শনিবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৪০৫জন৷

মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড: লুটিলে ২লাখ ৫০হাজাৰ

কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১৪৫জন৷ কালি মৃত্যু ঘটিছে দুগৰাকী কৰ’না ৰোগীৰ৷ কালি সম্পন্ন হৈছিল ৬৮ হাজাৰ ৭৫টা পৰীক্ষা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ