--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ উচ্চতম ন্যায়ালয়ত ক'ভিড আতংক৷ ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী কৰ'নাত আক্ৰান্ত হোৱা বুলি তথ্য প্ৰকাশ পাইছে৷ ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ শুনানি এতিয়াৰেপৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদান কৰিব ন্যায়াধীশসকলে।

আৰু পঢ়িব পাৰিব : সতৰ্কতা ! গুৱাহাটীত দেওবাৰে ১৮৬জন আক্ৰান্ত কৰ’নাত

দেশত বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১,৭০,১৯৫ জন লোক৷ দেওবাৰে ভাৰতত মৃত্যু হয় ৯০৪জন লোক৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত চিকিৎসাধীন হৈ আছে ১২,০১,০০৯জন আৰু কালিৰ দিনটোত চিকিৎসালয়ৰপৰা যাবলৈ দিয়া হৈছে ৭৫,০৮৬জনক৷

আৰু পঢ়িব পাৰিব : দিল্লীৰ পৰিস্থিতি ‘বিপদজনক’ : কি ক’লে অৰবিন্দ কেজৰিৱালে?

উল্লেখ্য যে ২০২০ৰ অক্টোবৰৰ পৰা দেশত কালি সৰ্বাধিক কৰ'না ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমানলৈকে ভেকচিন প্ৰদান কৰা হৈছে ১০,৪৫,২৮,৫৬৫জনক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ