--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিছে কংগ্ৰেছ দলৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধী। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লোৱাৰ বাবে অহা প্ৰিয়ংকাক অসম প্ৰদেশ কংগ্ৰেছে উষ্ম আদৰণি জনায় গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত। প্ৰথমে বৰঝাৰৰপৰা কামাখ্যাধামত উপস্থিত হয় নেত্ৰীগৰাকী। 

আৰু পঢ়িব পাৰিব : গামোচা পিন্ধি ভেকচিন ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে : দেশজুৰি গণ ভেকচিন কাৰ্যসূচী আৰম্ভ…


কামখ্যাধামত সেৱা জনাইছে শীৰ্ষ নেত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে লখিমপুৰলৈ যাত্ৰা কৰিব প্ৰিয়ংকাই। লখিমপুৰত নেত্ৰীগৰাকীয়ে আজি কেইবাটাও নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লখিমপুৰৰ সোণাৰি গাঁও পঞ্চায়তত উপস্থিত হৈ প্ৰিয়ংকাই পৰ্যবেক্ষক, জিলা-ব্লকৰ সভাপতিৰে মিলিত হ’ব আলোচনাত। 

আৰু পঢ়িব পাৰিব : হৃদয় বিদাৰক : স্বামীয়ে কেৰাচিন ঢালি জ্বলাই দিলে পত্নীক


আনহাতে প্ৰিয়ংকা গান্ধীয়ে এক প্ৰতিবাদী কাৰ্যসূচীতো ভাগ ল’ব বুলি জানিবলৈ পোৱা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement