--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ৱেৱ-প’ৰ্টেল আৰু ইউটিউব চেনেলৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ ৱেৱ-প’ৰ্টেল আৰু ইউটিউব চেনেলে ভুৱা, উৰা বাতৰি বিয়পাইছে বুলি বিশেষভাৱে নজৰ ৰাখিছে ন্যায়ালয়ে। ৱেৱ-প’ৰ্টেল আৰু ইউটিউব চেনেলৰ ভূমিকা সন্দৰ্ভত উদ্বিগ্ন উচ্চতম ন্যায়ালয়।

নিয়ন্ত্ৰণ নথকাৰ বাবে যিকোনো লোকে ইউটিউবত চেনেল আৰম্ভ কৰিব পাৰে ‍বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। এনে প’ৰ্টেলে আনকি বিচাৰপতিৰ অনুষ্ঠানৰ বিৰুদ্ধে কোনোধৰণৰ দায়বদ্ধতা নথকাকৈ বাতৰি পৰিৱেশন কৰে।

‘এই ৱেৱ-প’ৰ্টেল, ইউটিউব চেনেল নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে?’- বুলি প্ৰশ্ন উত্থাপন কৰিছে উচ্চতন ন্যায়ালয়ে। চৰকাৰৰ এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰই এনে ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে আইন বলবৎ কৰিব বুলি কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক