--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি নিশ্চয় শুনিছে যে টকা থাকিলে এখন দেশ কিনিব পাৰি। বহু সময়ত ক’ৰবালৈ গ’লে হয়তো হোটেল বা কোঠা ভাড়াত ল’ব পাৰি। কিন্তু কোনোবা এজনে দেশ ভাড়াত লোৱাৰ কথা কেতিয়াবা শুনিছেনে? হয়, আপুনি ঠিকেই অনুমান কৰিছে। ভাড়াত ল’ব পৰা দেশ এখনো আছে। আজি এই দেশৰ বিষয়ে জানো আহক ৷


Principality of Liechtenstein | Lake Constance Tourism
এই বিষয়ে জানি আপুনি নিশ্চয় হয়তো আচৰিত হ’ব, কিন্তু এইটো সঁচা। পৃথিৱীৰ এখন দেশ আছে যিখন ভাড়াত ল’ব পাৰি। এই দেশখনৰ নাম লিষ্টেনষ্টাইন ।

লিষ্টেনষ্টাইন ইউৰোপৰ মাজমজিয়াত ছুইজাৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ মাজত অৱস্থিত এখন ভূমি আৱদ্ধ দেশ। ইয়াৰ আয়তন মাত্ৰ ১৬০ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৩৯,০০০। লিষ্টেনষ্টাইন ইয়াৰ সুন্দৰ পাহাৰ, নদী আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে জনাজাত। ইয়াৰ মানুহে নিজৰ পৰম্পৰাক গভীৰভাৱে বিশ্বাস কৰে, আৰু এই ঠাইখন শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক।

Liechtenstein Is Joining the International Monetary Fund - Bloomberg
লিষ্টেনষ্টাইনৰ ভাড়া এদিনৰ বাবে ৭০ হাজাৰ মাৰ্কিন ডলাৰ অৰ্থাৎ ৫৮,৮৪,৬৪১ টকা(ভাৰতীয় মূল্যত)৷ইয়াৰ চৰকাৰে ২০১০ চনত এই দেশক ভাড়াত দিয়াৰ সিদ্ধান্ত লৈছিল। ইয়াত গাঁও এখনো ভাড়াত ল’ব পাৰি।

লিষ্টেনষ্টাইন ভ্ৰমণৰ বাবে সৰ্বোত্তম সময় হ’ল গ্ৰীষ্মকাল ৷ উল্লেখ্য যে লিচেনষ্টাইনৰ পৰিবহণ ব্যৱস্থা ভাল। ইয়াত বাছ আৰু ট্ৰামবোৰ সময়মতে চলি থাকে। ইয়াত স্থানীয় চাইকেল ভাড়াৰ সুবিধাও উপলব্ধ, যাতে আপুনি সহজে ঘূৰি ফুৰিব পাৰে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক