--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্ণ ছবিৰ তাৰকা ছফিয়া লিয়নীৰ মৃত্যু হৈছে। খবৰ অনুসৰি  তেওঁৰ মৃতদেহ ১ মাৰ্চতে তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছিল। অৱশ্যে, চফিয়াৰ মৃত্যুৰ খবৰ তেওঁৰ পৰিয়ালে  ইমান দিনে গোপনে ৰাখিছিল। 

শেহতীয়াকৈঅভিনেত্ৰীগৰাকীৰ ভাতৃয়ে ছফিয়াৰ মৃত্যুৰ বিষয়ে আৰক্ষীক অৱগত কৰিছে। জানিব পৰা মতে অভিনেত্ৰীগৰাকীক ১ মাৰ্চত অচেতন অৱস্থাত তেওঁৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হৈছিল। পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল। অভিনেত্ৰীগৰাকীৰ পৰিয়ালে ছফিয়াৰ মৃত্যুৰ খবৰটো কিয় গোপনে ৰাখিছিল  তাকে লৈ  সন্দেহৰ সৃষ্টি হৈছে। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।  স্থানীয় আৰক্ষীয়ে ছফিয়াৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে। 
 
ছফিয়া  লিয়নীয়ে ১৮ বছৰ বয়সৰ পৰাই পৰ্ণ ছবিৰ পৃথিৱীত ভৰি দিছিল। তেওঁ আৰম্ভণিৰে পৰাই মানুহৰ  চকুত পৰিছিল। তেওঁ কেইবাটাও বঁটাও লাভ কৰিছিল। মৃত্যুৰ সময়ত ছফিয়াৰ বয়স হৈছিল ২৬ বছৰ। ছফিয়াৰ মৃত্যু স্বাভাৱিক নে তেওঁক  হত্যা কৰা হৈছে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।  পৰিয়ালটোৱে মৃত্যুৰ খবৰ কিয় লুকুৱাই ৰাখিছিল সেই বিষয়ত মাৰ্কিন আৰক্ষীয়ে অনুসন্ধান কৰি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক