--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ: বিভিন্ন প্ৰকাৰৰ সুৰা সংগ্ৰহ কৰি ঘৰতে একোখন মিনি বাৰ স্থাপন কৰাটো আধুনিক জীৱন চৰ্যাৰ অংশ হৈ পৰিছে৷ বহুতে চখ বা সুৰাপানৰ অভ্যাসৰ বাবে ঘৰতে প্ৰয়োজন অনুসৰি সুৰা মজুত ৰাখে৷ পিছে এতিয়াৰেপৰা ঘৰত ব্যক্তিগত 'বাৰ' বা অধিক পৰিমাণৰ সুৰা ৰাখিব বিচৰাসকলে ৰাজ্য চৰকাৰৰ অনুজ্ঞা পত্ৰ ৰাখিবলগীয়া হ'ব পাৰে৷

আৰু পঢ়িব পাৰিব : দুই কন্যাক ডাম্বেলেৰে মৰিয়াই হত্যা কৰি সত্যযুগৰ অপেক্ষা শিক্ষক দম্পতীৰ

উত্তৰ প্ৰদেশৰ সংশোধিত আবকাৰী নিৰ্দেশনা অনুসৰি, এজন লোকক ব্যক্তিগত দখলত নিৰ্ধাৰিত ৰিটেইল সীমাতকৈ অধিক সুৰা ক্ৰয় কৰিবলৈ, পৰিবহণ কৰিবলৈ বা ৰাখিবলৈ অনুজ্ঞাপত্ৰ লাগিব। উল্লেখ্য যে সুৰা ক্ৰয়, পৰিবহণ বা ব্যক্তিগত দখলৰ সীমা প্ৰতিজন ব্যক্তিৰ বাবে মাত্ৰ ৬ লিটাৰ নিৰ্ধাৰণ কৰা হৈছে।

আৰু পঢ়িব পাৰিব : ২০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপো : অংশ ল’ব ৪খন দেশৰ প্ৰতিনিধিয়ে

ইয়াতকৈ অধিক সুৰা সেৱন কৰিবলৈ, আবকাৰী বিভাগৰপৰা অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক কৰা হৈছে। যিসকলৰ ঘৰত ব্যক্তিগত 'বাৰ' আছে আৰু ব্যক্তিগত ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত সীমাতকৈ অধিক সুৰা ৰাখিছে, তেওঁলোকে বছৰি ১২০০০ টকা আৰু ৫১০০০ টকাৰ ছিকিউৰিটী জমা দি অনুজ্ঞা-পত্ৰ ল'ব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ