--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: দিল্লী আৰক্ষীৰ চাইবাৰ অপৰাধ গোটে শনিবাৰে উত্তৰ বেংগালুৰুৰ ঘৰৰ পৰা ২১ বছৰীয়া জলবায়ু কৰ্মী দিশা ৰবিক গ্ৰেপ্তাৰ কৰে৷ সামাজিক মাধ্যমত কৃষি আইনৰ বিৰুদ্ধে দেশব্যাপি হোৱা কৃষকৰ প্ৰতিবাদৰ সৈতে সম্পৰ্কিত 'টুলকিট' প্ৰচাৰ কৰাত তেওঁৰ ভূমিকাৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

আৰু পঢ়িব পাৰিব : অন্ধ্ৰপ্ৰদেশত তীৰ্থভ্ৰমণকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত: শিশুসহ ১৪ জনৰ মৃত্য়ু

ভাৰতত কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰোঁতে ছুইডেনৰ জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গে 'টুলকিট' টুইট কৰাৰ পাছত দিল্লী আৰক্ষীয়ে ৪ ফেব্ৰুৱাৰীত ভাৰতীয় দণ্ডবিধিৰ অধীনত ঘৃণা আৰু অপৰাধী ষড়যন্ত্ৰৰ বাবে এক এজাহাৰ পঞ্জীয়ন কৰিছিল। আৰক্ষীয়ে দাবী কৰিছে যে 'টুলকিট'ক পয়েটিক জাষ্টিছ নামৰ এটা 'খালিস্তানী গোট'ৰ দ্বাৰা একেলগ কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : হাত-ভৰি বন্ধা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গাঁও পঞ্চায়তৰ সভাপতি !

দিল্লী আৰক্ষীৰ মতে, দিশা 'টুলকিট' গোচৰৰ অন্য়তম নেতৃত্ব কিয়নো তেওঁ প্ৰাৰম্ভিক জেৰাৰ সময়ত সম্পাদনাৰ কথা স্বীকাৰ কৰিছিল, 'টুলকিট'ত কিছুমান বস্তু যোগ দিছিল আৰু ইয়াক আৰু বিয়পাই দিছিল৷ এই গোচৰত অধিক লোকক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ