--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমলৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী৷ আজি যোৰহাটত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰিয়ংকাই 'জয় আই অসম'ৰে ভাষন আৰম্ভণী কৰে৷ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে তেওঁ ২২ বছৰীয়া মহিলাৰ টুইটৰ বাবে দুখ অনুভৱ কৰে কিন্তু অসমৰ বানপানী বা নাগৰিকত্ব সংশোধনী আইন ('কা') বিষয়ৰ বাবে নহয়।

আৰু পঢ়িব পাৰিব : সৰ্বভাৰতীয় পৰীক্ষাত দেশৰ ভিতৰতে ৪৮ সংখ্যক স্থান লাভ কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিলে আস্থাই

তেওঁ লগতে অভিযোগ কৰে যে সমগ্ৰ দেশৰ যুৱক, কৰ্মী, কৃষকসকলক ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ দ্বাৰা 'প্ৰতাৰণা' কৰা হৈছে।

আৰু পঢ়িব পাৰিব : ভাৰতত দৈনিক ৪৪হাজাৰ লোক আক্ৰান্ত হৈছে ক’ৰনাত

প্ৰিয়ংকা গান্ধীয়ে এই সভাত মোদীক প্ৰশ্ন কৰে, 'প্ৰধানমন্ত্ৰীয়ে কেতিয়াবা চাহ বাগিচা পৰিদৰ্শন কৰিছে নেকি, তাত মহিলা শ্ৰমিকসকলক লগ পাইছে নেকি? চাহ বাগিচাৰ শ্ৰমিকসকলক দৈনিক মজুৰি হিচাপে প্ৰতিদিনে ৩৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ দুখ অনুভৱ নকৰে নেকি? '


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ