--°C
Loading...
Listen to Article
2 min read
80%

কোকৰাঝাৰ : 'ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰু মইহে ৷ হিমন্ত মোৰ পৰা হে দীক্ষা লৈছে ৷ মোৰ অবিহনে হিমন্ত আজি এই পজিচনত নাহিলেহেতেন'- নিৰ্বাচনী প্ৰচাৰ সভাত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ কোকৰাঝাৰৰ সমীপৱৰ্তী বালাজান তিনিআলিৰ ভূটীয়াপাৰা গাঁৱত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ চলোৱা প্ৰচাৰ সভাত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে হাগ্ৰামাই৷

আৰু পঢ়িব পাৰিব : ধেমাজিত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পূৰ্বে নাচিলে হিমন্তই

লগতে তেওঁ কয় যে,  হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ বহুত আগ্ৰহ থাকিলেও যোগ্যতা আৰু ভাগ্যই নাই৷ 'হিমন্ত মুখ্যমন্ত্ৰী হয় তেন্তে মই হে আগত মুখ্যমন্ত্ৰী হ’ম ৷ কাৰণ মই হে ছিনিয়ৰ' বুলিও কটাক্ষ কৰে হাগ্ৰামাই৷ আন পিনে প্ৰচাৰ সভাত মহিলাৰীয়ে ৰাইজক উদ্দেশ্যি কয় যে, এইবাৰ মহাজোঁটৰ বন্ধনে চৰকাৰ চলাব ৷

আৰু পঢ়িব পাৰিব : উপযুক্ত চিকিৎসাৰ অভাৱত বক্সাৰ শ্যাম প্ৰসাদ শৰ্মাৰ অকাল বিয়োগ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে খুউব বেছি পাছখন বা ছয়খন আসনহে পাব ৷ মহাজোটবন্ধন, এজেপি,ৰাইজৰ দলে ২০ খন আসন পাব ৷ আনহাতে ইউপিপিএল দলক কটাক্ষ কৰি তেওঁ কয় যে, 'এতিয়া ইমানেই পেট্ৰল ডিজেলৰ দাম বঢ়াইছে যে ট্ৰেক্টৰ দি আৰু কোনেও হাল নামাৰে ৷ গতিকে নাঙলৰ মুঠিত আমি ধৰিয়েই আগুৱাই যাব লাগিব৷'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ