--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পিয়াঁজৰ খেতি কৰা কৃষকৰ বাবে আহিছে ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে পিয়াঁজ ৰপ্তানিৰ ওপৰত ৰপ্তানি শুল্ক সম্পূৰ্ণৰূপে বিলুপ্ত কৰিছে। 

হয়, মোদী চৰকাৰে আনুষ্ঠানিকভাৱে আঁতৰাই পেলাইছে পিঁয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি কৰ। কৃষকৰ স্বাৰ্থত লোৱা এই সিদ্ধান্ত ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ এক্স একাউণ্টত পোষ্ট কৰি পিঁয়াজৰ ওপৰত ৰপ্তানি শুল্ক আঁতৰোৱাৰ তথ্য শ্বেয়াৰ কৰে।

মোদী চৰকাৰ এখন কৃষক অনুকূল চৰকাৰ আৰু কৃষকক লাভজনক মূল্য দিয়াটো মোদী চৰকাৰৰ অগ্ৰাধিকাৰ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ওপৰত ৰপ্তানি শুল্ক ৪০%ৰ পৰা ২০%লৈ হ্ৰাস কৰিছিল আৰু এতিয়া ২০% ৰপ্তানি শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে। অৰ্থাৎ পিঁয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি শুল্ক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আগলৈ লিখিছে যে আমাৰ কৃষকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উৎপাদিত পিঁয়াজ ৰপ্তানি শুল্ক নোহোৱাকৈ বিশ্ব বজাৰলৈ যাব লাগে আৰু কৃষকে যাতে লাভজনক মূল্য লাভ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ