--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শেহতীয়া ১০ বছৰৰ ভিতৰত ভাৰতে ইয়াৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) দুগুণ কৰিবলৈ সক্ষম হৈছে। ২০১৫ চনত ভাৰতৰ জি ডি পি ২.১ ত্রিলিয়ন ডলাৰৰ পৰা ১০৫ শতাংশ বৃদ্ধি হৈ ২০২৫ বর্ষত ৪.৩ ত্রিলিয়ন ডলাৰ হৈছে।

আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) শেহতীয়াকৈ প্রকাশ কৰা তথ্যত এই কথা প্রকাশ পাইছে। আই এম এফৰ তথ্য অনুসৰি, আমেৰিকাৰ, চীন, জার্মানি আৰু জাপানৰ পাছত বিশ্বৰ বৃহৎ জি ডি পি থকা দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। 

অতি সোনকালে জাপানক অতিক্ৰম কৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ জি ডি পিৰ দেশ হিচাপে হোৱাৰ পথত অগ্ৰসৰ হৈছে। উল্লেখযোগ্য যে এই একেটা সময়ৰ ভিতৰতে আমেৰিকা আৰু চীনৰ জি ডি পি ক্রমে ৬৬ শতাংশ আৰু ৪৪ শতাংশ বিকাশ হৈছে। বৰ্তমান ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম জি ডি পিৰ দেশ হিচাপে পৰিগণিত হৈছে। আমেৰিকা ৩০.৩ ত্ৰিলিয়ন ডালৰেৰে শীৰ্ষত থকাৰ বিপৰীতে চীনৰ জি ডি পি ১৯.৫ ত্রিলিয়ন ডলাৰ, জার্মানিৰ ৪.৯ ত্ৰিলিয়ন ডলাৰ আৰু জাপানৰ ৪.৪ ত্ৰিলিয়ন ডলাৰ জি ডি পি।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ