--°C
Loading...
Listen to Article
2 min read
80%

৪ মাঘ, মঙলবাৰ, ইং ১৮ জানুৱাৰী, ২০২২

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব। কৰ্মক্ষেত্ৰত সুস্থ পৰিৱেশ গঢ়ি উঠিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনোমালিন্য হ’ব পাৰে বা শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়। মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব, আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা য়ায। কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ যদিও আজি আপুনি সজাগ নহ’লে প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে। লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব। সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ’ব। ৰোগাৰোগ্য হ’ব, লগতে আজি ছাত্ৰ-ছাত্ৰীসকলৰ শুভ হোৱাৰ যোগ দেখা যায়। কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত আনৰ পৰা প্ৰশংসা লাভ কৰিব। সাহিত্য সেৱাত মনোনিৱেশ হ’ব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব। তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ কৰিব পাৰে। কৰ্মক্ষত্ৰত সফলতা লাভ কৰিব। লগতে আজি আপোনাৰ বন্ধু লাভ হোৱাৰ যোগ দেখা যায়। বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব। সমস্যাৰ সমাধান হ’ব। লগতে আজি আপোনাৰ ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়। ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ’ব যদিও প্ৰেমত সফলতা বাঢ়িব। ধনৰ আগমন বাঢ়িব লগতে আজি আপুনি কৰ্মক্ষত্ৰত সফলতা লাভ কৰাৰ যোগ দেখা যায়। মকৰ ৰাশি : মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষত্ৰত সফলতা বাঢ়িব। লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়। কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত সামান্য জটিলতা বাঢ়িব। লগতে প্ৰেমত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ’ব। যদি আজি আপুনি সজাগ নহয় মনত সামান্য অশান্তিৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ