--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত ভাৰতীয় দলৰ সহ অধিনায়ক আছিল। কিন্তু সেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে হাৰ্দিক পাণ্ডিয়া। শনিবাৰে পুৱা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় এই খবৰ। প্ৰশ্ন হৈছিল, বাকী থকা মেচবোৰত দলৰ সহঃ অধিনায়ক হিচাপে কাক দেখা যাব? সেই প্ৰশ্নৰ উত্তৰো জনা গৈছিল।

এটা ৱেবছাইটৰ তথ্য অনুসৰি কে এল ৰাহুলক উপ-অধিনায়কত্ব দিবলৈ গৈ আছে। ৱেবছাইটটোত ব’ৰ্ডৰ এজন বিষয়াই কয়, ‘বিশ্বকাপৰ বাকী অংশৰ বাবে কে এল ৰাহুলক উপ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে। দলৰ লগত আছে বাছনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰ। শনিবাৰে পুৱা নিজেই ৰাহুলক এই বিষয়ে অৱগত কৰিছিল।”

চলিত বিশ্বকাপত ৰাহুলৰ ফৰ্ম ভাল। বেটৰ সৈতে মিডল অৰ্ডাৰত যেনেকৈ দায়িত্বশীল ভূমিকা লৈছে, ষ্টাম্পৰ আঁৰত তেওঁৰ ভূমিকাও অনস্বীকাৰ্য। দায়িত্ব লোৱাত ডি আৰ এছে অসাধাৰণ ভূমিকা পালন কৰিছে। তেওঁ লোৱা ডি আৰ এছ বেছিভাগেই সফল হয়। মেচখনত শ্ৰীলংকাই দুটা সঠিক ডি আৰ এছ লৈছিল। ৰোহিতে জনাইছে যে তেওঁ ডি আৰ এছ লোৱাৰ সিদ্ধান্ত ৰাহুলৰ ওপৰত এৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ