--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: কৰ’নাৰ ত্ৰাসত সমগ্ৰ বিশ্ব তথা দেশ৷ এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই আন এক ভয়ংকৰ প্ৰতিবেদন আগবঢ়াইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়োৱা প্ৰতিবেদন অনুসৰি, তেওঁলোকে মু নামৰ এটা নতুন কৰ’না ভাইৰাছৰ প্ৰকাৰ নিৰীক্ষণ কৰি আছে৷ যাক প্ৰথমবাৰৰ বাবে বিগত জানুৱাৰী মাহত কলম্বিয়াত চিনাক্ত কৰা হৈছিল।

বিশ্বস্বাস্থ্য সংস্থাটোৱে মঙলবাৰে ইয়াৰ সাপ্তাহিক মহামাৰী বুলেটিনত কয় যে, বৈজ্ঞানিকভাৱে বি.1.621 নামেৰে জনাজাত মুক আগ্ৰহৰ প্ৰকাৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে।

লগতে তওঁলোকে প্ৰকাশ কৰে যে, এই প্ৰকাৰটোত পৰিৱৰ্তন আছে যি ভেকচিনৰ প্ৰতি প্ৰতিৰোধৰ আশংকা সূচায়৷ কিন্তু কৰ’না ভাইৰাছৰ এই নতুন ৰূপটোক ভালদৰে বুজিবলৈ পৰৱৰ্তী অধ্যয়নৰ প্ৰয়োজন বুলি উল্লেখ কৰে সংন্থাটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক