--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপালত বলিৰেখা থাকিলে পুৰুষ বা মহিলাৰ বহু বয়স বাঢ়ি যোৱা যেন লাগে। দেখাত ছালখন নিস্তেজ আৰু শুকান যেন লাগে। কপালৰ বলিৰেখাৰ বাবে বয়সৰ আগতেই বহু বুঢ়া যেন দেখাবলৈ আৰম্ভ কৰে। কপালত বলিৰেখা নপৰিবৰ বাবে আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব। অনবৰতে অনাহক চিন্তা কৰি মনৰ ওপৰত মানসিক চাপ দি থাকিলে কপালত বলিৰেখা হ’ব পাৰে। আহক জানো এনে কিছুমান টিপছ, যিবোৰ গ্ৰহণ কৰিলে আপোনাৰ কপালৰ বলিৰেখাবোৰ নোহোৱা হৈ যাব।

কপালৰ বলিৰেখাৰ পৰা মুক্তি পাবলৈ এই পদক্ষেপসমূহ মানি চলক-

১)সূৰ্য্যৰ পৰা আঁতৰত থাকক।পুৰুষসকল মহিলাতকৈ বেছি সূৰ্যৰ পোহৰত থাকে আৰু কেতিয়াবা তেওঁলোকে নিজৰ ছালৰ যত্ন ল’ব নোৱাৰে। এনে অৱস্থাত তেওঁলোকৰ ছালখন অতি নিৰ্জীৱ হৈ পৰে। সেয়েহে পুৰুষ মহিলা উভয়েই সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব। যদি সূৰ্য্যৰ ৰশ্মিৰ সংস্পৰ্শত বহুদিন থাকে তেন্তে অকালতে বাৰ্ধক্য হোৱাৰ আশংকা থাকে আৰু কপালত বলিৰেখাৰ সৃষ্টি হয়। সেইবাবে ঘৰৰ পৰা যেতিয়াই বাহিৰলৈ ওলায় ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব।

২)মানসিক চাপ হ্ৰাস- অত্যধিক মানসিক চাপে জীৱনত বহুতো সমস্যা কঢ়িয়াই আনে। ইয়াৰ বাবে কপালতো বলিৰেখা হ’ব পাৰে। গতিকে মানসিক চাপ কমাব লাগিব। ইয়াৰ বাবে আপুনি ধ্যান কৰক আৰু যথেষ্ট টোপনি মাৰক।

৩)নিজকে হাইড্ৰেটেড কৰি ৰাখক- শুকান আৰু বলিৰেখা থকা ছালৰ পৰা মুক্তি পাবলৈ ছালখন হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ ছালখন ভালদৰে হাইড্ৰেটেড হয় তেন্তে কপালত বলিৰেখা দেখা নাযায় আৰু ছালখন জিলিকি থকা দেখা যায়। ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ উপযুক্ত পৰিমাণত পানী খাওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ