--°C
Loading...
Listen to Article
2 min read
80%
 
আজিৰ দিনটোত কি লিখা আছে আপোনাৰ কপালত...চাওঁ আহক ৰাশিফল

১৬ জুন', ২০২২, বৃহস্পতিবাৰ

১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব। কৰ্মক্ষেত্ৰত সাফল্য। শত্ৰুৰ পৰাজয়।

২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে। ব্যৱসায়িক দিশত উন্নতি। প্ৰেমত মধুৰতা।

৩. মিথুন ৰাশি ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন। বন্ধুৰ সহায় লাভ। আলহী আহিব।

৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব। পৰিয়ালত শুভ  হোৱাৰ যোগ দেখা যায়। বিয়াৰ সংযোগ।

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব। পত্নীৰ সৈতে কাজিয়া।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব।  প্ৰেমত সুখ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ভ্ৰমণত শুভ। বস্তু চুৰি হ'ব পাৰে।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত
ধন সম্পত্তি বাঢ়িব। আজি আপুনি ভাল খাদ্য খোৱাৰ সুযোগ লাভ কৰিব । ৰোগ নিৰ্মূল হ'ব।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। মাতৃখ লৈ চিন্তা।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব। লগতে আজি আপোনাৰ ঘৰলৈ আলহী আহিব। প্ৰেমত সন্দেহ। 

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। স্বাস্থ্যত শুভ। প্ৰেমত বিচ্ছেদৰ সম্ভাৱনা।

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব। মনৰ আশা পূৰণ হ'ব। বন্ধুৱে ঠগিব পাৰে। নতুন প্ৰেমৰ আগমন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ