--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৃষি আইন বাতিলৰ দাবীত পুনৰ ২৬ মাৰ্চত ভাৰত বন্ধ ঘোষণা কৰিছে প্ৰতিবাদী কৃষকে। শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ ঘোষণা কৰিছে কৃষক সংগঠনসমূহে। ভাৰত বন্ধৰ সময়ছোৱাত সমগ্ৰ দেশতে ৰে’ল চলাচল, বজাৰ আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব।

আৰু পঢ়িব পাৰিব : আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ

ইয়াৰ উপৰি বন্ধৰ দিনটোত কেইবাখনো ৰাজ্যত গাখীৰ আৰু শাক-পাচলিৰ যোগান বন্ধ হোৱাৰ সম্ভাৱনা আছে। কৃষক সংগঠনসমূহে ভাৰত বন্ধ ঘোষণা কৰাৰ লগতে পঞ্জাবত কৃষকসকলে ৰে’ল অৱৰোধ কাৰ্যসূচীও ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : এদিনতে ক’ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !

কৃষক সংগঠনসমূহে ৰাইজক শুকুৰবাৰৰ দিনটোত ১২ঘণ্টাৰ বাবে নিজৰ দোকান আৰু কাৰ্যালয় বন্ধ ৰাখিবলৈ আহ্বান জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ