--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমৰ সাংস্কৃতিক জগতলৈ সুখবৰ৷ অসমৰ শিল্পীৰ গীতে ঠাই পালে বিখ্যাত ‘লণ্ডন ছিম্ফনী অৰ্কেষ্ট্ৰা’ত৷ ‘FANTASY OF COMPANIONSHIP BETWEEN HUMAN AND INANIMATE’ শীৰ্ষক এখন এনিমেশ্যন ছবিত ব্যৱহাৰ হোৱা ৩৬ মিনিটৰ এটি ছাউণ্ডট্ৰেকত অসমৰ জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱায়ো কাম কৰিছিল৷ 'কাঁ বিশ্ব চলচ্চিত্ৰ মহোৎসৱ'ত এই সংগীতে 'শ্ৰেষ্ঠ ছাউণ্ড ট্ৰেক’ৰ স্বীকৃতি লাভ কৰে। জয় বৰুৱাৰ গীতো এই ছাউণ্ডট্ৰেকৰ এটা অংশ আছিল।

আৰু পঢ়িব পাৰিব :নায়কৰ ৰূপত যতীন বৰাই আঙুৰলতাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ

লণ্ডন চিম্ফনী আৰ্কেষ্ট্ৰাই পশ্চিমীয়া শাস্ত্ৰীয় ধাৰাত চিনেমাখনৰ ছাউণ্ডট্ৰেকত এই সংগীত অন্তৰ্ভুক্ত কৰিছিল। জয় বৰুৱাৰ সৈতে হোৱা টেলিফোনিক কথাবাৰ্তাত তেওঁ কয় যে, 'ছাউণ্ডট্ৰেকৰ কেইবাটাও গীত আছিল মই, মাতিয়াউ ইমাৰ্ড আৰু ৰন ডেঞ্জিগাৰে প্ৰস্তুত কৰা। লণ্ডন ছিম্ফনী অৰ্কেষ্ট্ৰাই ইয়াক পৰিৱেশন কৰিছিল। গীনবোৰ মনু মাৰ্টিনৰ দ্বাৰা পশ্চিমীয়া শাস্ত্ৰীয় শৈলীত নিৰ্মাণ কৰা হৈছিল।’

আৰু পঢ়িব পাৰিব :মছজিদৰ ভিতৰতেই হত্যাৰ চেষ্টা এজনকঃ কৰায়ত্ত ১

আন এগৰাকী অসমীয়া সমুদ্ৰ কাজল শইকীয়াই ইয়াত এনিমেচনৰ কাম কৰিছিল। মেথিউ ইমাৰ্ডে ইয়াত কণ্ঠদান কৰিছিল। আনহাতে গীতৰ কথা আৰু ইয়াৰ মূল বিষয় ডিজাইন কৰিছে ড০ ছুছান লিম আৰু ক্ৰিষ্টিনা তানে। এনে এটা প্ৰকল্পৰ অংশ হ’বলৈ পাই তেওঁ সুখী আৰু কৃতজ্ঞ বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, 'মই এটা দলৰ অংশ আছিলোঁ যিয়ে এটা কাহিনী কোৱাৰ বাবে নিৰন্তৰভাৱে কাম কৰিছিলোঁ। মই ভাবোঁ যে যেতিয়া আমি ছাউণ্ডট্ৰেক সৃষ্টি কৰাৰ দিশত কাম কৰিছিলোঁ তেতিয়া এইটো আমাৰ চালিকা শক্তি আছিল।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ