--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত পুনৰ ভয়ংকৰ ৰূপ লৈছে ক’ৰনাই৷ বুধবাৰৰ দিনটোত দেশত ক'ভিড আক্ৰান্ত হৈছে ৫৩, ৪৭৬ জন লোক আৰু কালিৰ দিনটোতে মৃত্যু ঘটিছে ২৫১ জন লোকৰ৷ বিশেষকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত ক'ভিড ৰোগীৰ বৃদ্ধিয়ে পুনৰ শংকাৰ সৃষ্টি কৰিছে৷

আৰু পঢ়িব পাৰিব : অসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক’ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন

উল্লেখ্য যে যোৱা বৰ্ষত মহামাৰী আৰম্ভ হোৱা সময়ৰ ভিতৰত বুধবাৰে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক এদিনত আক্ৰান্ত হৈছে৷ কেৱল মহাৰাষ্ট্রতে বুধবাৰে আক্ৰান্ত হয় ৩১,৮৫৫জন লোক৷ মুম্বাইত কালিৰ দিনটোতে আক্ৰান্ত ৫ সহস্ৰাধিক লোক৷ ইয়াৰ লগতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ২৫,৬৪,৮৮১টা৷ ইয়াৰ উপৰি গুজৰাটত ১,৭৯০টা নতুন আক্ৰান্ত ধৰা পৰিছে৷

আৰু পঢ়িব পাৰিব : শদিয়াত ৯৮ কাৰ্টন সুৰা জব্দঃ ভোটাৰৰ মাজত বিলাবলৈ অনাৰ অভিযোগ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈকে ৫,৩১,৪৫,৭০৯জনক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ বৰ্তমান সক্ৰিয় হৈ আছে ৩,৯৫,১৯২টা ক'ভিড ঘটনা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ