--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ স্বাস্থ্যখণ্ডলৈ সুখবৰ। ক’ভিড মুক্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে দেশ। ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত যোৱা ২৪ ঘণ্টাত এজনো ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই। এই ৰাজ্যকেইখনৰ ভিতৰত উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশো আছে।

আৰু পঢ়িব পাৰিব : ২৬ জানুৱাৰীৰ হিংসা : আন এজন অভিযুক্ত আৰক্ষীৰ জালত

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য সদৰি কৰিছে। স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে, উত্তৰ প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, পুডুচেৰী, হিমাচল প্ৰদেশ, লাক্ষাদ্বীপ, মণিপুৰ, লাডাখ, অসম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছিকিম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আদি ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত এজনো ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই।

আৰু পঢ়িব পাৰিব : ঐনিতমৰ সুৰ-আপঙৰ ৰাগীত মতলীয়া মিচিংসকল : উদযাপন আলি-আয়ে-লৃগাং…

ইফালে আজি পুৱালৈকে দেশৰ প্ৰায় ৯০ লাখ লোকৰ টিকাকৰণ কৰা হৈছে বুলিও প্ৰকাশ কৰে স্বাস্থ্য বিভাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement