--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অঘটন! বিশ্বায়নৰ এই যুগত এতিয়াও মানুহ সমাজৰ পৰা ইমান বিচ্ছিন্ন হ’ব পাৰেনে? এই ভয়ংকৰ ঘটনাৰ পাছত নানা প্ৰশ্নৰ উত্থাপন হৈছে।

লিবিয়াৰ মৰুভূমিৰ পৰা উদ্ধাৰ হৈছে ২০ জন প্ৰব্ৰজনকাৰীৰ মৃতদেহ। দুসপ্তাহ পূৰ্বে নিৰুদ্দেশ হৈছিল তেওঁলোক। লিবিয়াৰ এম্বুলেন্স ছাৰ্ভিচে জনোৱা মতে, মঙলবাৰে চাদ সীমান্তৰ সমীপৰ মৰুভূমিৰ পৰা মৃতদেহ সমূহ উদ্ধাৰ কৰা হয়।

কেনেকৈ পোহৰলৈ আহিল এই ঘটনা?

মৰুভূমিত পৰি থকা এই মৃতদেহবোৰ প্ৰথমে এজন ট্ৰাক চালকৰ দৃষ্টিগোচৰ হয়। মৰুভূমিৰ বাটটোৰে খোজকাঢ়ি গৈ আছিল তেওঁ। তেওঁৰ জৰিয়তে খবৰ লাভ কৰাৰ পিছতে উদ্ধাৰ কৰা হয় মৃতদেহকেইটা। মৃতদেহ উদ্ধাৰ কৰা অঞ্চলটো কুফ্ৰাৰ পৰা ৩২০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে আৰু চাদ সীমান্তৰ পৰা ১২০ কিলোমিটাৰ দূৰত অৱস্থিত।

লিবিয়াৰ এম্বুলেন্স সেৱাৰ কুফ্ৰা আঞ্চলিক মুৰব্বী ইব্ৰাহিম বেলহাছানে জনায় যে, ‘প্ৰব্ৰজনকাৰীসকলে যাতায়ত কৰা গাড়ীখনৰ চালকে পথ হেৰুৱাইছিল। ১৪ দিন পূৰ্বে মৰুভূমিত তেওঁলোকৰ মৃত্যু হোৱা বুলি আমাৰ অনুমান।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র