--°C
Loading...
Listen to Article
2 min read
80%

নলবাৰী : মহিলাসকলৰ বাবে ভাল খবৰ৷ বিজেপি চৰকাৰ আহিলে বন্ধন বেংকৰ লোন ৰেহাই দিব চৰাকৰখনে৷ নলবাৰীৰ চান্দকুছিত জয়ন্ত মল্ল বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

আৰু পঢ়িব পাৰিব :বাদুলিৰ জৰিয়তেই আৰম্ভ হৈছিল ক’ৰ’নাৰ সংক্ৰমণ!

ইপিনে মন্ত্ৰী শৰ্মাই আজমল সন্দৰ্ভত কয় যে, 'হজৰত মহম্মদে পৃথিৱীত ইছলাম ধৰ্ম আনিছিল৷ তেওঁ কেতিয়াও নিজক আল্লাৰ লগত সমান বুলি কোৱা নাছিল৷ তেওঁ নিজকে আল্লাৰ দূত বুলি ভাবে৷ কিন্তু বদৰুদ্দিন আজমলে ওপৰত আল্লাৰ তলত আজমল বুলি কৈ ইছলামক অপমান কৰিছে৷ আৰু অসমীয়া জাতিক প্ৰত্যাহ্বান দিছে৷'

আৰু পঢ়িব পাৰিব :“NLFBত জড়িত আছে ৰাজনৈতিক নেতা” : সংবাদমেলত ভাস্কৰজ্যোতি মহন্ত

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁন কেইটামান ঘণ্টা বাকী আৰু এনে সময়তেই তিব্ৰতৰ হৈ পৰিছে ৰাইজৰ ৰাজনৈতিক বাতাবৰণ৷ উল্লেখ্য যে ১ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনত সকলো ৰাজনৈতিক দলেই ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ