--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ৷ অন্তিম দিনা প্ৰচাৰ চলায় ৰাজ্যৰ হাইপ্ৰফাইল নেতাই৷ বৰাকত মাৰাথন প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ তেওঁ কৰিমগঞ্জৰ ৰাতাবাৰীত অংশ ল’ব বিশাল জনসভাত৷

আৰু পঢ়িব পাৰিব : জঘন্য ঘটনা : ধৰ্ষিতাক ধৰ্ষণকাৰীৰে বান্ধি উলিয়ালে সমদল

শিলচৰতো অংশ ল’ব তিনিখনকৈ সভাত৷ অন্তিম দিনা ৭টাকৈ স্থানত হিমন্তই চলাব প্ৰচাৰ অভিযান৷ মঙলদৈ, নলবাৰী, কলাইগাঁৱত চলাব প্ৰচাৰ অভিযান৷ আনহাতে মাজবাট, হৰিশিঙা, কাকী, জাগীৰোডতো চলাব হিমন্তই প্ৰচাৰ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷

আৰু পঢ়িব পাৰিব : লুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন…

ধৰ্মপুৰ, বিলাসীপাৰা, ৰাণীত চলাব প্ৰচাৰ৷ কোনো কোনো সমষ্টিত সকলো ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰিবলৈ ব্যতিক্ৰমীভাৱে প্ৰচাৰ অভিযানত চলোৱা দেখিবলৈ পোৱা গৈছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ