--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পুত্ৰৰ এই অন্তৰ্ধানৰ খবৰ পোৱাৰ পিছৰে পৰা মাতৃ তথা পৰিয়ালৰ লোক শোকত ভাঙি পৰিছে। পৰিয়ালে ইতিমধ্যে এই সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ দক্ষিণ পাৰৰ খোলাবান্ধা চৰৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কৰ্মসূত্ৰে অন্ধ্ৰপ্ৰদেশত থকা নিছান আলী নামৰ যুৱকজন বিগত চাৰিদিন ধৰি নিৰুদ্দেশ হৈ আছে। বহু বিচাৰ-খোঁচাৰ কৰাৰ পিছতো বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰা হোৱা নাই।


পুত্ৰৰ এই অন্তৰ্ধানৰ খবৰ পোৱাৰ পিছৰে পৰা মাতৃ তথা পৰিয়ালৰ লোক শোকত ভাঙি পৰিছে। পৰিয়ালে ইতিমধ্যে এই সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।


নিৰুদ্দিষ্ট নিছান আলীৰ সন্ধান উলিয়াবলৈ পৰিয়ালে ৰাইজৰ সহায় প্ৰাৰ্থনা বিচাৰিছে। কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সম্ভেদ পালে তলত দিয়া মাধ্যমৰ জৰিয়তে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।


যোগাযোগ নম্বৰ: 6900036379 (পৰিয়ালৰ লোক) অথবা ওচৰৰ আৰক্ষী থানা। সঠিক সন্ধান দিওঁতাক পৰিয়ালৰ তৰফৰ পৰা ২০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ