--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ৮১ লাখ ৯ হাজাৰ ৮১৫ গৰাকী৷ পুৰুষ ভোটাৰৰ সংখ্যা ৪০ লাখ ২২ হাজাৰ ২১০ গৰাকী৷ মহিলা ভোটাৰৰ সংখ্যা ৪০ লাখ ৩২ হাজাৰ ৪৮১ গৰাকী৷ ৬,৪৩৩টা স্থানত হ’ব ১১,৫৩৭টা ভোটকেন্দ্ৰ৷ পুলিং বিষয়া নিয়োগ কৰা হৈছে ২ লাখ ৪১,২৬৯গৰাকী৷

আৰু পঢ়িব পাৰিব : ‘মোক ভোট দিয়ক, পাব হেলিকপ্টাৰ, যাব পাৰিব চন্দ্ৰ ভ্ৰমণলৈ!’

ভোট দিবলৈ মাস্ক পৰিধান কৰি আহিবলৈ আহ্বান জনায় সকলোকে৷ এতিয়ালৈ ২ হাজাৰতকৈ বেছি নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ নিৰ্বাচন আয়োগৰ৷ ইপিনে ৰাজ্যত জব্দ হৈছে ২ কোটি ৯৯ লাখ টকা মূল্যৰ সুৰা৷ বুধবাৰলৈকে জব্দ ৮৭ কোটি ৯৬ লাখ ১৩ হাজাৰ ৭৩২টকাৰ সম্পত্তি৷ ৫,৪০২টা মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী-প্ৰশাসনে৷ ড্ৰাগছ জব্দ হৈছে ১০ কোটি টকাৰ৷

আৰু পঢ়িব পাৰিব : ‘লণ্ডন ছিম্ফনী অৰ্কেষ্ট্ৰা’ত জয় বৰুৱাৰ সংগীত, ‘কাঁ’ত স্বীকৃতি

স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব আৰক্ষী- অৰ্ধসামৰিক বাহিনী৷ অধিক স্পৰ্শকাতৰ স্থানত দুগুণ বৃদ্ধি কৰা হ'ব নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা৷ আজি অনুষ্ঠিত এক সংবাদমেলত এই সকলোবোৰ কথা সদৰী কৰে নিৰ্বাচন আয়োগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ