--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চকলেট বয় ৰণবীৰে কাপুৰে অৱশেষত বিবাহ পাশত আৱদ্ধ হৈছে। ৰণবীৰে আলিয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে, যি তেওঁৰ বয়সতকৈ ১০ বছৰ সৰু। অৱশ্যে, বিয়াখন আলিয়া-ৰণবীৰে  অতি ঘৰুৱা ধৰণে উদযাপন কৰিছে। অৱশ্যে, ৰণবীৰক তেওঁৰ শাহু চনি ৰাজদানে এটা অতি মূল্যৱান উপহাৰ দিছে।  সেই উপহাৰৰ বিষয়ে জানিলে আপোনাৰ চকু কপালত উঠিব।

১৪ এপ্ৰিলৰ আবেলি আলিয়া-ৰণবীৰে বিবাহপাশত আৱদ্ধ হয়। যোৱা কেইদিনমানৰ পৰা, বি-টাউনত এই হাই প্ৰফাইল বিবাহক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে। বিয়াখনত কি কি হৈ আছে? তাৰকা দম্পতীহালে কি ডিজাইনাৰ কাপোৰ পিন্ধিছিল, তেওঁলোকৰ অনুৰাগীসকলৰ মাজত উচাহৰ অন্ত নাই। ইয়াৰ মাজতে খবৰ আহিছে যে, ৰণবীৰৰ শাহু চনি ৰাজদানে ৰণবীৰক এক বিশেষ উপহাৰ প্ৰদান কৰিছে। ৰণবীৰক এই উপহাৰ ৰাজহুৱাভাৱে প্ৰদান কৰিছে। শাহু চনি ৰাজদানে তেওঁৰ সৰু জোৱাই ৰণবীৰক প্ৰায় ২.৫ কোটি টকাৰ এটা উপহাৰ দিছে। 

সূত্ৰ অনুসৰি, ৰণবীৰে তেওঁৰ শাহু চনি ৰাজদানৰ পৰা প্ৰায় ২.৫ কোটি টকাৰ এটা ঘড়ী উপহাৰ লাভ কৰিছে। এইটো বিয়াখনত অতিথিসকলৰ বাবে এটা বিশেষ উপহাৰ আছিল। আলিয়া-ৰণবীৰ কাপুৰে বিয়াখনত উপস্থিত অতিথিসকলক এটা মূল্যৱান কাশ্মীৰী ছল দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ