--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে নিজৰ ঘৰখন ভাল পায়, কোনেও কেতিয়াও নিবিচাৰে যে কোনো প্ৰাণীয়ে সপোনৰ ঘৰখনত অশান্তিৰ সৃষ্টি কৰক বা নষ্ট কৰক। প্ৰায়বোৰ ঘৰতে নিগনিয়ে কেতিয়াবা আতংকৰ সৃষ্টি কৰে। ঘৰৰ বিচনা-কাপোৰবোৰ নষ্ট কৰে। আনকি খাদ্য-আদিও অপচয় কৰে। আমাৰ বহুতেই এই নিগনিবোৰৰ পৰা মুক্তি পাব বিচাৰে। এনে পৰিস্থিতিত আপুনি কি ব্যৱস্থা ল’লে ভাল জানো আহক।

নিগনিক হত্যা নকৰাকৈ কেনেকৈ মুক্তি পাব পাৰি

১) নহৰুঃ নহৰু এনেকুৱা মছলা যে আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে ইয়াৰ সহায়ত আপুনি নিগনিৰো পৰা মুক্তি পাব পাৰে। আচলতে নহৰুৰ উগ্ৰ গোন্ধে নিগনিবোৰক আমনি কৰে। নহৰু সৰু সৰুকৈ কাটি ঘৰৰ চুকত ৰাখি নিৰ্বিকাৰ হৈ থাকক।

২) পিঁয়াজঃ নহৰুৰ দৰে পিঁয়াজেও এক প্ৰবল গোন্ধ নিৰ্গত কৰে যিটো নিগনিয়ে একেবাৰেই ভাল নাপায়। ই নিগনিৰ বাবে বিষাক্ত পদাৰ্থৰ দৰে। পিঁয়াজৰ টুকুৰা কাটি নিগনি অহা ঠাইবোৰত ৰাখক।

৩) লং তেলঃ আপুনি খাদ্যৰ সুগন্ধি বৃদ্ধি কৰিবলৈ বা প্ৰাকৃতিক মুখ সতেজকাৰী হিচাপে লং ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ সহায়ত আপুনি নিগনি খেদিব পাৰে। কাপোৰ এখন লৈ লঙৰ তেলত ডুবাই দুৱাৰৰ চুকত। 

৪) পদিনাঃ পদিনাৰ গোন্ধে নিগনিবোৰক অস্বস্তিত পেলায়। আপুনি কপাহৰ টুকুৰাত পদিনা লগাই দুৱাৰৰ চুকত ৰাখক। নিগনি পলাই যাব।

৫) জালুকৰ গুড়িঃ জালুকৰ গুড়িৰ গোন্ধে নিগনিক বিৰক্ত কৰে। এই অবাঞ্চিত প্ৰাণীক আপোনাৰ ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ নিগনিৰ গাঁতৰ জালুকৰ গুড়ি ছটিয়াই দিব। নিগনি পলাই দৌৰ মাৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ