--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২৫ জুন, ২০২৩।আজিৰ দিনটো কেনে যাব পাৰে আপোনাৰ? জানো আহক দিনটোৰ ৰাশিফল

মেষ ৰাশি- এই ৰাশিৰ লোকৰ  বাবে আজিৰ দিনটো মধ্যম । পাবলগীয়া ধন ঘূৰাই পাব। । পৰিয়ালৰ ব্যয় হঠাতে বৃদ্ধি হ'ব পাৰে। প্ৰেমত মধ্যম। 

বৃষ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো সুখৰ দিন হৈ পৰিব।নতুন খবৰ পাব পাৰে।  । আবেগ নিয়ন্ত্ৰণ কৰিব। । পেটৰ যত্ন ল’ব৷

মিথুন ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ   দিন ।  শিক্ষাৰ্থীসকলে শিক্ষাত মনোযোগ দিব লাগিব। নতুন কামৰ যোগাযোগ। 

কৰ্কট ৰাশি-   চাকৰিয়াল সকলৰ সন্মান বৃদ্ধিৰ দিন । আজি সন্তানৰ পৰা ভাল এটা খবৰ  পাব পাৰে। বিবাদৰ পৰা আঁতৰি থাকক। 

সিংহ ৰাশি- আজিৰ দিনটো মধ্যম দিন। কাৰোবাৰ সৈতে মতানৈক্য হ’ব পাৰে। প্ৰেমত শুভ। হাতলৈ ধন আহিব পাৰে।  

কন্যা ৰাশি-  নিজৰ স্বাস্থ্যৰ বিষয়ে সচেতন হ’ব । যদি  কষ্ট বৃদ্ধি হ’ব পাৰে।  অপ্ৰয়োজনীয় ব্যয় হ’ব পাৰে। প্ৰেমত শুভ। আলহীৰ আগমণৰ যোগ৷ 

তুলা ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ দিন। নতুন কামত উদ্যমেৰে হাত দিব পাৰে। ব্যয় হ্ৰাস পাব। শিঙাল জন্তু আৰু পানীৰ পৰা সাৱধানে থাকিব। 

বৃশ্চিক ৰাশি-  অকস্মাত ভ্ৰমণ কৰিব লগীয়া হ’ব পাৰে। খৰচ বৃদ্ধি পাব যদিও সমানে ধনো হাতলৈ আহিব।ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব৷  প্ৰেমত মধ্যম। 

ধনু ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো এটা স্বাভাৱিক দিন। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা কৰি চাব৷  যদি আপুনি আজি কাৰোবাক টকা ধাৰ দিয়াৰ পৰা বিৰত থাকক। প্ৰেমত ভাল দিন৷পিছবেলালৈ হাতলৈ ধন আহিব পাৰে৷ 

মকৰ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো এটা ভাল দিন। খৰচ বৃদ্ধি হ’ব পাৰে৷ নতুন কামৰ সংযোগ ঘটিব। কামৰ  নতুন যোগাযোগ। সন্মান বৃদ্ধি পাব।  

কুম্ভ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো অমধ্যম দিন হ’ব।পাবলগীয়া ধন ঘূৰাই পাব। চকুৰ যত্ন ল’ব।  । প্ৰেমত মধ্যম৷ বিদ্যৰ্থীৰ বাবে ভাল দিন।  

মীন ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত ভাল খবৰ পাব পাৰে।কামৰ নতুন যোগাযোগ। কাৰোবাৰ সৈতে মতানৈক্য হ’ব পাৰে।    প্ৰেমত শুভ।হাতলৈ  ধন আহিব কিন্তু  খৰচ বৃদ্ধিৰো যোগ৷ চকুৰ  ৰোগৰ ক্ষেত্ৰত সতৰ্ক  হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ