--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা 'দেশী গাৰ্ল' খ্যাত প্ৰিয়ংকা চোপ্ৰাই নিউয়ৰ্কত 'ছ'না' নামৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্ট মুকলি কৰে। শেহতীয়াকৈ প্ৰিয়ংকাই দেশী খাদ্যৰ ওপৰত বেছি মনোনিবেশ কৰা দেখা গৈছিল৷ আনহাতে ২০১৯ চনত তেওঁৰ স্বামী, গায়ক নিক জোনাছ আৰু তেওঁৰ মাতৃ মধু চোপ্ৰাৰ সৈতে কৰা ৰেষ্টুৰেণ্টৰ ছবি আৰু এক অন্তৰঙ্গ প্ৰাৰ্থনা অনুষ্ঠান পোষ্ট কৰিছিল। প্ৰিয়ংকাই তেওঁৰ এটা পোষ্টত লিখিছিল যে, ভাৰতীয় ৰন্ধনশৈলী পৰিৱেশন কৰা ৰেষ্টুৰেণ্ট এখন এই মাহৰ পাছৰ ভাগত মুকলি হ'ব আৰু ইয়াৰ মুখ্য ৰান্ধনী হ'ব চেফ হৰি নায়ক।

আৰু পঢ়িব পাৰিব : সৰ্বানন্দক মাজুলীত প্ৰতিদন্দ্বীতা কৰিব কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে

অভিনেত্ৰীগৰাকীয়ে পোষ্টত উল্লেখ কৰিছিল যে, "মই বহুত আগ্ৰহেৰে এনৱাইচিৰ নতুন ৰেষ্টুৰেণ্ট 'ছ'না'ক আপোনাৰ ওচৰত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছো৷ য'ত মই ভাৰতীয় খাদ্যৰ প্ৰতি থকা মোৰ ভালপোৱা ঢালি দিছো। ছ'না হৈছে সময়হীন ভাৰতৰ প্ৰতিমূৰ্তি আৰু মই ভাৰতৰ মাটিত ডাঙৰ হোৱা প্ৰতিটো ফ্লেভাৰ ইয়াত পোৱা যাব।'

আৰু পঢ়িব পাৰিব : আজি অগপই ঘোষণা কৰিব বহু প্ৰতাক্ষিত প্ৰাৰ্থীৰ তালিকা

তেওঁ হৰি নায়কৰ ওপৰতো কিছু বাখ্যা আগবঢ়ায়- ছ'নাৰ এই পাকঘৰটো চেফ হৰি নায়কৰ দ্বাৰা পৰিচালনা কৰা হৈছে, যাৰ ৰন্ধন প্ৰণালীত আছে দক্ষতাপূৰ্ণ প্ৰতিভা, যিয়ে আটাইতকৈ সুস্বাদু আৰু অভিনৱ মেনু সৃষ্টি কৰিছে, আপোনাক মোৰ আশ্চৰ্যজনক দেশৰ মাজেৰে খাদ্য যাত্ৰাত লৈ গৈছে।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ