--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ দেহত ধৰা পৰিছে কৰ'না ভাইৰাছৰ উপস্থিতি৷ ৰণবীৰ কাপুৰৰ মাতৃ, প্ৰবীণ অভিনেত্ৰী নীতু কাপুৰে কিছু মুহূৰ্তৰ আগত ছ’চিয়েল মিডিয়াত এই কথা নিশ্চিত কৰে৷

আৰু পঢ়িব পাৰিব :হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ব্লু-প্ৰিণ্ট ! গ্ৰেপ্তাৰ আলোচনাপন্থী আলফা নেতা

তেওঁ পোষ্টটোত লিখে যে, তেওঁৰ সন্তানে ক'ভিড-১৯ৰ পৰীক্ষা কৰিছিল আৰু তাত তেওঁ পজিটিভ বুলি ধৰা পৰিছে৷ লগতে তেওঁ এইবুলিও লিখে যে, ৰণবীৰ বৰ্তমান তেওঁ ঘৰত নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিছে আৰু সকলো সাৱধানতা অনুসৰণ কৰিছে৷

আৰু পঢ়িব পাৰিব :জেইই মেইনৰ ফলাফল ঘোষণা, ৬জন পৰীক্ষাৰ্থীয়ে লাভ কৰিলে ১০০ নম্বৰ

লগতে প্ৰয়োজনীয় চিকিৎসাও কৰি আছে৷ ইয়াৰ আগতে, ৰণবীৰৰ খুৰা ৰধীৰ কাপুৰে এটা নিউজ প’ৰ্টেলক জনাইছিল যে ৰণবীৰ কাপুৰ কিছুদিনৰ পৰা শাৰীৰিক অসুস্থাতাত ভুগিছিল আৰু তেওঁৰ ৰোগৰ লক্ষণবোৰ দেখি কৰ'না টেষ্টৰ বাবে পৰামৰ্শ আগবঢ়াইছিল, য'ত তেওঁ পজিটিভ বুলি ধৰা পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ