--°C
Loading...
Listen to Article
2 min read
80%

কোঝিকোড় : কেৰালাৰ কোঝিকোড় ৰেল ষ্টেচনত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ বিস্ফোৰক। ১০০তকৈও অধিক জিলেটিন ষ্টিক আৰু ৩৫০টা ডিটনেটৰ উদ্ধাৰ হৈছে এগৰাকী ৰে'ল যাত্ৰীৰ পৰা।

আৰু পঢ়িব পাৰিব :খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই মাজুলীৰ পৰা পলায়ন টি কে কোম্পানী

ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, আৰপিএফে চেন্নাই-মংগলাপুৰম এক্সপ্ৰেছৰ এগৰাকী মহিলা যাত্ৰীৰ জিম্মাৰ পৰা এই বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তামিলনাডুৰ বাসিন্দা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰু পঢ়িব পাৰিব :নৃশংস : হত্যাকাৰীয়ে ৰান্ধি খুৱালে ভুক্তভোগীৰ হৃদপিণ্ড

নিজৰ আসনৰ তলত বিস্ফোৰকখিনি ৰাখি ৰে'লত যাত্ৰা কৰিছিল মহিলাগৰাকীয়ে। আৰক্ষীয়ে বিভিন্ন দৃষ্টিকোণৰ পৰা এই ঘটনাৰ তদন্ত কৰি থকা বুলি প্ৰকাশ কৰিছে। কেৰালাত এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে বৃহৎ মাত্ৰাত বিস্ফোৰক উদ্ধাৰ হোৱাটো চিন্তনীয় বুলি বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ