--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ছান ফ্ৰান্সিছকোৰ পৰা বাংগালুৰুলৈ ঐতিহাসিক ১৭ ঘণ্টাজোৰা যাত্ৰা সম্পূৰ্ণ কৰিলে এয়াৰ ইণ্ডিয়াৰ এখন বিমানে৷ এই যাত্ৰাৰ নেতৃত্বত থকা আটাইকেইগৰাকীয়ে আছিল মহিলা পাইলট৷

আৰু পঢ়িব পাৰিব : দৈদাম চাহ বাগিচাত হত্যাকাণ্ড !পত্নীসহ ৩বছৰীয়া কন্যাক হত্যা

বিশ্বৰ দীৰ্ঘতম সময়ৰ বিমানৰ সফল অৱতৰণেৰে আন এক ৰেকৰ্ড গঢ়িলে বিমানখনৰ কেপ্তেইন জয়াই৷ বিশ্বৰ দীৰ্ঘতম উৰণৰ ককপিট লীডাৰ হ’ল জয়া৷ উত্তৰ মেৰুৰ ওপৰেদি উৰিল জয়াৰ বিমান৷ উল্লেখ্য় যে সৰুতেই বিমান চলোৱাৰ সপোন দেখিছিল জয়া আগৰৱালে।

আৰু পঢ়িব পাৰিব : হাজোত পুনৰ টিকট লাভৰ ক্ষেত্ৰত আত্মবিশ্বাসী বিধায়িকা সুমন হৰিপ্ৰিয়া

সেই জয়াই নিজৰ সপোন পুৰণ কৰিলে ছানফ্ৰান্সিছকোৰপৰা বাংগালুৰুলৈ ১৭ ঘণ্টাৰ যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰি৷ এআই১৭৬ নম্বৰৰ বিমানখনে শনিবাৰে নিশা স্থানীয় সময় মতে ৮.৩০ বজাত ছানফ্ৰান্সিছকো ত্যাগ কৰে আৰু সোমবাৰে নিশা ৩.৪৫ বজাত বাংগালুৰুত উপস্থিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ